Autoscroll
1 Column 
Text size
Transpose 0
Tuning: E A D G B E
(G) যদি কাহানিবা সুৰবোৰ শেষ হয় (C) এই সৃষ্টিৰদুপৰ বেলা (D) হে সুৰকাৰ কিহেৰে সজাবা (Am) ---- (G) পৃথিৱীৰ সুৰৰ মেলা (C) যদি মই প্ৰশ্ন কৰোঁ (D) ----- (G) যদি মই প্ৰশ্ন কৰোঁ … (C) -- (D) - (G) যদি মই প্ৰশ্ন কৰোঁ (G) যদি কেতয়াবা ভাষাবোৰ শেষ হয় (C) নাঁও মেলোতেই ভাব সাগৰত (D) হে কবা তুমি কিহেৰে পুজিবা (Am) কবিতা ৰাণীক মৰতত (C) যদি মই প্ৰশ্ন কৰোঁ (C) -- (D) - (G) যদি মই প্ৰশ্ন কৰোঁ … (C) -- (D) - (G) যদি মই প্ৰশ্ন কৰোঁ ✪✪✪✪✪✪ INTERLUDE ✪✪✪✪✪✪ (G) ------- (Bm) -- (C) আৰু, যদি দেখা ৰংবোৰো শেষ হয় (Am) ----- (G) আধা আঁকোতেই ছবিখনি (C) হে শিল্পী কিদৰে আকিবা (Am) ----- (G) আধা অঁকা ছবি খনি (C) যদি মই প্ৰশ্ন কৰোঁ (D) ----- (G) যদি মই প্ৰশ্ন কৰোঁ … (C) -- (D) -- (G) যদি মই প্ৰশ্ন কৰোঁ ✪✪✪✪✪✪ INTERLUDE ✪✪✪✪✪✪ (G) ------ (Bm) -- (C) যদি, আশাবোৰ নিৰাশাত লীণ হয় (Am) ---- (G) জীৱনৰ প্ৰথম পুৱাতেই (G) --- (Bm) -- (C) আৰু ধুমুহাৰ বৃষ্টিত শেষ হয় (Am) -------- (G) ফুলপাহি আধা ফুলো-তেই (C) হে বন্ধু পাৰিবা জানো (Am) ----- (G) বাধা দিব সৃষ্টিৰ নাশিনিক (C) যদি মই প্ৰশ্ন কৰোঁ (D) ----- (G) যদি মই প্ৰশ্ন কৰোঁ … (C) -- (D) - (G) যদি মই প্ৰশ্ন কৰোঁ