Jayanta Hazarika - Ei akash bor bixaal
chordsver. 1
		
	Autoscroll 
	
	  1 Column 
	
	
	Text size
	
	
	Transpose 0
	
	
	Tuning: E A D G B E
শীৰ্ষক - এই আকাশ বৰ বিশাল
এলবাম - নতুন আশা
গীতিকাৰ - জয়ন্ত হাজৰিকা
গীতৰ স্বৰ - E major
For More Visit - https://makingmusiceasy1.blogspot.com/
এই আকাশ বৰ বিশাল
 E                 Asus2
এই পথাৰ বৰ ৰসাল,
 C#m          Asus2
তেৱো কিয়
 E        Asus2
 লাগে উকা
 B        E
মোৰ মন পথাৰতে
  E              Asus2
তই    ৰ’বি হৈ জীপাল….
 C#m       B      E
আহ… উৰি আহ….
 E         Asus2
অ’ সজল মেঘ,
 B            E
চা… জুমি চা…
 E        Asus2
অ’ কোমল মেঘ
 B           E
মন আকাশ বৰ বিশাল
  E                 Asus2
মোৰো হৃদয়  বৰ    ৰসাল….
 C#m          Asus2   E
জুৰি   বয়      নদীলৈ........
 E     C#m   Asus2   E
নদী    যায়     সাগৰলৈ,.....
 Asus2   B    Asus2   E
বনফুল       চুবলৈ..........
        C#m    Asus2   B
কোন যায়     বতাহে হৈ…..
 Asus2   B   Asus2   E
তই নদী হৈ     আহ কাষলৈ,
 E        Asus2   B         E
মন সাগৰৰ
 E     Asus2
পথ আহি বোল,
 B              E
মন সাগৰ বৰ বিশাল
 E               Asus2
মোৰো হৃদয় বৰ ৰসাল
 C#m        Asus2   E
তেৱো কিয় লাগে উকা…
 E       Asus2         E
For More Visit - https://makingmusiceasy1.blogspot.com/
		